Fill in some text

IPS হোৱাতো গৌৰবৰ কথা ।

ভাৰতবৰ্ষৰ পুলিচৰ সকলোতকৈ সৰ্বোচ্চ পদ  IPS

IPS হবৰ কাৰণে UPSC CSE পৰীক্ষাত উত্তীৰ্ণ হব লাগিব ।

শিক্ষাগত অৰ্হতা বি.এ পাছ কৰা হব লাগিব ।

General প্ৰাৰ্থীৰ বাবে 21 - 32 ভিতৰত বয়স হব লাগিব , OBC - 3 বছৰ আৰু SC/ST- 5 বছৰ ওপৰত হব পাৰিব ।

JOB INFORMATION

Visit

বয়স General/EWS প্ৰাৰ্থীৰ 38 বছৰ আৰু OBC/ex-Service man/PWD প্ৰাৰ্থীৰ বয়স 41 বয়সলৈ পৰীক্ষা দিব পাৰে ।

এই পৰীক্ষাতো ৰ পৰা APSC Officer হিচাপে Promotion পাই এই IPS Officer হব পাৰি